এমুঠি গীত
এমুঠি গীত নিবেদন মই কোনো গীতিকাৰ , সুৰকাৰ বা গায়ক নহয় । গীত মই ভাল পাওঁ । সেয়ে অৱসৰ সময়ত মনৰ তাগিদাত গীত কেইটা ৰচনা কৰিছিলোঁ। এইবোৰ গীত হৈছে , নে নাই , সেয়াও মই নাজানো । অখ্যাত গীতিকাৰৰ গীত বুলি কোনোবা সদাশয় শিল্পীয়ে গীত কেইটা সুৰ কৰি গালে(যদি সুৰ কৰা সম্ভৱ হয়) মোৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। কোনোবা সদাশয় ব্যক্তিয়ে মোৰ লগত যোগাযোগ কৰিব বিচাৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব। ...