Posts

Showing posts with the label যেনে কুকুৰ তেনে টাঙোন(চুটি গল্প

যেনে কুকুৰ তেনে টাঙোন(চুটি গল্প

Image
যেনে কুকুৰ তেনে টাঙোন (চুটি গল্প)     সুচীপত্র ৰে ' লত এদিন স্বেচ্ছামৃত্যু অবিশ্বাস্য অদ্ভুত বৃদ্ধ মধু আর্তনাদ সন্দেহ উপহাৰ দায়িত্ববোধ অনন্য অনুভূতি বিঃ দ্রঃ- গল্পবোৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশিত                                              যেনে কুকুৰ তেনে টাঙোন ভাড়া দিয়াৰ সময়ত অপৰাজিতাই কণ্ডাক্টৰক ক ’ লে- বাছখন শিৱ মন্দিৰৰ ওচৰত ৰখাই দিবা। অপৰাজিতা ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰী। বিদ্যালয়খন অপৰাজিতাহঁতৰ ঘৰৰপৰা চাৰি-পাঁচ কিলোমিটাৰ আঁতৰত। সেয়ে তাই নিতৌ বাছেৰে অহা-যোৱা কৰে। নিতৌ অহা-যোৱা কৰাৰ ফলত প্ৰায়বোৰ বাছৰ হেণ্ডিমেন-কণ্ডাক্টৰে চিনি তাইক পায়। শিৱ মন্দিৰ পাৰ হৈ প্রায় এক কিলোমিটাৰ্মান যোৱাৰ পাছতহে পোৱা যায় অপৰাজিতাই শিক্ষকতা কৰা বিদ্যালয়খন। বিদ্যালয়খনো চিনি পায় কণ্ডাক্টৰ আৰু হেণ্ডিমেনজনে। সেয়ে বাছখন শিৱ মন্দিৰৰ ওচৰত...