অন্ধবিশ্বাস,কুসংক্কাৰ, ডাইনী হত্যা
অন্ধবিশ্বাস , কুসংক্কাৰ , ডাইনী হত্যা সূচীপত্র কাজিৰঙাৰ গঁড় হত্যাঃ মেধাৱী ছাত্ৰীৰ আত্মহনন : একপর্যালোচনা - অসম - নগালেণ্ড সীমা সমস্যাৰ কাৰণ আৰু ইয়াৰ সমাধান - অন্ধবিশ্বাস , কুসংস্কাৰ আৰু ডাইনী হত্যা - ডাৱৰ বিস্ফোৰণ আৰু কৃত্ৰিম বানপানী - উত্তৰ - পূৰ্বঞ্চল বনাম সন্ত্রাসবাদ - নলীয়াসকল আৰু কয়াকুছিৰ ঢাৰি শিল্প - জনজাতিকৰণ আৰু অসম - মহিলাৰ ভোটাধিকাৰ - মহিলাৰ ৰাজনৈতিক অধিকাৰ আৰু আসন সংৰক্ষণ - নাৰী নির্যাতন ৰোধৰ বাবে কিছু চিন্তা - ভাৱনা - কংগ্ৰেছৰ বিপৰ্যয় আৰু অন্যান্য - এয়া কেনে সভ্যতা - প্রসংগঃ শিক্ষাৰ অধিকাৰ আইন - ২০০৯ বিজ্ঞানৰ দৃষ্টিত নাৰী আৰু পুৰুষ - সম নাগৰিক অধিকাৰ আইন - বিঃদ্রঃ প্ৰৱন্ধবোৰ বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত প্ৰকাশিত কাজিৰঙাৰ গঁড় হত্যাঃ এক পর্যালোচনা কাজিৰঙাত ধাৰাবাহিকভাবে সংঘটিত হৈ থকা গঁড় হত্যাই মাথোন গঁড়ৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই অনা নাই , অসম তথা ভাৰতবৰ্ষৰ মানুহৰ জীৱৰ প্ৰতি থকা শ্ৰদ্ধা , প্ৰেম আৰু ঐতিহ্যৰ প্ৰতিও প্রশ্...